Showing posts with label Mathematics Class 10. Show all posts
Showing posts with label Mathematics Class 10. Show all posts

Saturday, April 6, 2024

Revision Mathematics Class 10

পুনৰালোচনা
Revision
অনুশীলনী R - 2


1. তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব?

(i) 272 ৰ বৰ্গৰ এককৰ স্থানত 4 ৰ হ'ব।

(ii) 79 ৰ বৰ্গৰ এককৰ স্থানত 1 হ'ব।

(iii) 400 ৰ বৰ্গৰ এককৰ স্থানত 0 হ'ব।

(iv) 2637 ৰ বৰ্গৰ এককৰ স্থানত 9 হ'ব


2. তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱা কাৰণ কি?

(i) 1057 এই সংখ্যাটোৰ একক স্থানত 7 থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়।

(ii) 7928 এই সংখ্যাটোৰ এককৰ স্থানত 8 থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়।

Revision Mathematics Class 10




পাঠ ১
পুনৰালোচনা (Revision)
অনুশীলনী 1.1



1. তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব?
(a) 12 : 21 আৰু 32 : 56
(b) 18 : 30 আৰু 14 : 21
(c) 22 : 33 আৰু 33 : 24
(d) 24 : 28 আৰু 20 : 25

উত্তৰঃ 12 : 21 আৰু 32 : 56
= 4 : 7 আৰু 4 : 7
∴ ই এটা সমানুপাত।


2. তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব?
(a) 2, 6, 6, 8
(b) 10, 20, 30, 60
(c) p, pq, p2q, q2 
(d) 6, 20, 4, 30

উত্তৰঃ 10, 20, 30, 60
= 1, 2; 1, 2


3. খালী ঠাই পূৰোৱাঃ
(i) বৃত্তৰ কালি A = πr2 
যদি A বাঢ়ে তেন্তে r বাঢ়ে। যদি r কমে তেন্তে A কমে

(ii) এখন গাড়ীৰ ভ্ৰমণৰ সময় (t) আৰু দূৰত্ব (d) সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ 一

t

1

2

3

4

5

6

……

……

……

d

4

8

12

16

20

……

28

……

36


খালী ঠাই পূৰোৱাঃ
(a) t আৰু d য়ে প্ৰত্যক্ষ ভাৱে বিচৰণ কৰে।
(b) t = 6 হ'লে d = 24
(c) d = 28 হ'লে t = 7
(d) d = 36 হ'লে t = 9

4. যদি p ∝ q আৰু p = 6 হ'লে q = 30, এতিয়া p = 2, তেন্তে q ৰ মা কিমান?
(a) 12    (b) 20    (c) 10    (d) 15

উত্তৰঃ 10


5. তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান 一

x

1

2

4

8

Y

32

16

8

……


(a) 8    (b) 6    (c) 4    (d) 2

উত্তৰঃ 4

Class 6 Ganita Prakash Sample Paper

Maximum Marks: 80 Time Allowed : 3 hours General Instructions: All questions are compulsory. The question paper is divided into four section...