Showing posts with label General Knowledge. Show all posts
Showing posts with label General Knowledge. Show all posts
Tuesday, August 20, 2024
Wednesday, March 20, 2024
অসমৰ জিলা সমূহৰ নাম
অসমৰ জিলাসমূহ
১) তিনিচুকীয়া জিলা ।
২) ডিব্ৰুগড় জিলা ।
৩) ধেমাজী জিলা ।
৪) চৰাইদেও জিলা ।
৫) শিৱসাগৰ জিলা ।
৬) লখিমপুৰ জিলা ।
৭) মাজুলী জিলা ।
৮) যোৰহাট জিলা ।
৯) বিশ্বনাথ জিলা ।
১০) গোলাঘাট জিলা ।
১১) পূব কাৰ্বি আংলং জিলা ।
১২) তেজপুৰ জিলা ।
১৩) নগাওঁ জিলা ।
১৪) হোজাই জিলা ।
১৫) পশ্চিম কাৰ্বি আংলং জিলা ।
১৬) ডিমা হাচাও জিলা ।
১৭) কাছাৰ জিলা ।
১৮) হাইলাকান্দি জিলা ।
১৯) কৰিমগঞ্জ জিলা ।
২০) মৰিগাওঁ জিলা ।
২১) ওদালগুৰি জিলা ।
২২) দৰং জিলা ।
২৩) কামৰূপ মহানগৰ জিলা ।
২৪) বাক্সা জিলা ।
২৫) নলবাৰী জিলা ।
২৬) কামৰূপ গ্ৰাম্য জিলা ।
২৭) বৰপেটা জিলা ।
২৮) চিৰাং জিলা ।
২৯) বঙাইগাওঁ জিলা ।
৩০) গোৱালপাৰা জিলা
৩১) কোকৰাঝাৰ জিলা ।
৩২) ধুবুৰী জিলা ।
৩৩) দক্ষিণ শালমাৰা মানকাচাৰ জিলা ।
Tuesday, March 12, 2024
অসমীয়া সাহিত্যত ছদ্মনাম
অসমীয়া সাহিত্যত ছদ্মনাম আৰু প্ৰকৃত নাম:-
কুমাৰ কিশোৰ- কিশোৰ কুমাৰ শৰ্মা
কৃপাবৰ বেজবৰুৱা -লক্ষ্মীনাথ বেজবৰুৱা
কেৰপাই শৰ্মা - বিনন্দ চন্দ্ৰ বৰুৱা
মনাই বৈৰাগী - মহেন্দ্ৰনাথ ডেকা ফুকন
মামণি ৰয়চম গোস্বামী - ড॰ ইন্দিৰা গোস্বামী
নতুন কৃপাবৰ - ৰত্নকান্ত বৰকটকী
নিৰ্মলা দেৱী - তীৰ্থনাথ শৰ্মা
নীলা বাইদেউ - নিৰ্মলপ্ৰভা বৰদলৈ
নিৰঞ্জন ফুকন - ড॰ হীৰেন গোহাঁই
নীলিম কুমাৰ - হেমেন কুমাৰ শৰ্মা
পশুপতি ভৰদ্বাজ - ঊমাকান্ত শৰ্মা
প্ৰিয় বন্ধু - ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
ৰংমন- ৰ'বীন দে
ৰসেশ্বৰ হাজৰিকা - পবিত্ৰ কুমাৰ ডেকা
ৰাস্না বৰুৱা - ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা
ৰত্না তামূলী - প্ৰণৱ তামূলী
ৰাম দাস গোস্বামী -ৰন্তেশ্বৰ মহন্ত
ৰূপচন্দ্ৰ ভাগৱতী- শৰৎ চন্দ্ৰ গোস্বামী
স্বামী অভাগানন্দ- ছৈয়দ আব্দুল মালিক
সীমা দত্ত -নৱকান্ত বৰুৱা
শীলভদ্ৰ- ৰেৱতী মোহন দত্ত চৌধুৰী
সঞ্জয়- ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
সত্যপ্ৰিয় পাঠক- ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
সৌৰভ কুমাৰ চলিহা- সুৰেন্দ্ৰনাথ মেধি
শান্তনু তামূলী- প্ৰমোদ চন্দ্ৰ তামূলী
সোণাৰাম চান্দ’- হেমচন্দ্ৰ বৰুৱা
সদানন্দ -লম্বোদৰ বৰা
শ্ৰী হৰ্ষ- আনন্দ চন্দ্ৰ আগৰৱালা
Subscribe to:
Posts (Atom)
Magnets
The primary properties of a magnet include: Attractive Property: Magnets strongly attract magnetic materials such as iron, nickel, and cobal...
-
হোমেন বৰগোহাঞি( ১৯৩২– ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনা...
-
Come little Children Come to me I will teach you A B C A B C D E F G H I J K L M N O P L M N O P Q R S T U V W X Y Z X Y Z Sugar on the Brea...